workingworking day

working class (English) [ IPA: ˈwərkɪŋ ˈklæs ASM: ৱৰ্কিং ক্লাচ]
Contributed by: Partha P Sarmah on 2008-08-21
1. (Common Noun-Common &/or Masculine) people or the social class whose members are usually employed to do manual work at low wage. They, therefore, are often poor. শাৰীৰিক শ্ৰম কৰি জীবিকা অৰ্জন কৰা সমাজৰ এক শ্ৰেণীৰ লোক৷ সাধাৰণতে কম উপাৰ্জন হোৱা বাবে এওঁলোকৰ অৰ্থনৈতিক অৱস্হা ভাল নহয়৷ প্ৰায়ে আন শ্ৰেণী সমূহৰ শোষণৰ বলি হয়৷